মে’ ১৪-২০
মাৰ্ক ৯-১০
গীত ১৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“বিশ্বাস দৃঢ় কৰিব পৰা এটা দৰ্শন”: (১০ মি.)
মাৰ্ক ৯:১—যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে কিছুমান পাঁচনিয়ে দৰ্শনত ঈশ্বৰৰ ৰাজ্যৰ এক চানেকি দেখা পাব (w০৫ ২/১ ৫ ¶৯-১০)
মাৰ্ক ৯:২-৬—পিতৰ, যাকোব আৰু যোহনে, যীচুক অন্য ৰূপ ধৰি “এলিয়া” আৰু “মোচিৰ” সৈতে কথা-বতৰা হোৱা দেখিছিল (w০৫ ২/১ ৫ ¶১১)
মাৰ্ক ৯:৭—যীচু তেওঁৰ পুত্ৰ হয় বুলি যিহোৱা ঈশ্বৰে নিজেই কৈছিল (“বাণী” মাৰ্ক ৯:৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মাৰ্ক ১০:৬-৯—যীচুৱে বিবাহৰ বিষয়ে কি সিদ্ধান্তৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? (w০৮-HI ২/১৫ ৩০ ¶৮)
মাৰ্ক ১০:১৭, ১৮—“সদগুৰু” বুলি সম্বোধন কৰাৰ বাবে যীচুৱে এজন ব্যক্তিক কিয় শুধৰণি কৰিছিল? (“সদগুৰু,” “এজনা ঈশ্বৰৰ বাজে সৎ কোনো নাই” মাৰ্ক ১০:১৭, ১৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ৯:১-১৩
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
ভাষণ: (৬ মি. বা কম) w০৪-E ৫/১৫ ৩০-৩১—বিষয়: মাৰ্ক ১০:২৫ পদত উল্লেখ কৰা যীচুৰ বাক্যৰ অৰ্থ কি?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩৬
“এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে . . . ”: (১৫ মি.) আলোচনা। প্ৰেম আৰু সন্মানে বিবাহিত জীৱন দৃঢ় কৰে নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৮ ¶৪-৯
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৯ আৰু প্ৰাৰ্থনা