আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা ফেব্ৰুৱাৰী 2020
আলোচনাৰ বাবে আৰ্হি
ভৱিষ্যত আৰু ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিব, তাৰ বিষয়ে ধাৰাবাহিক আলোচনা।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
এক চুক্তি যিয়ে আপোনাক প্ৰভাৱিত কৰে
হাজাৰ বছৰৰ আগতে অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞাৰপৰা কি আশীৰ্ব্বাদ পোৱা গ’ল?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ব্ৰডকাষ্টিঙৰ গীতৰপৰা আপুনি কি শিকিব পাৰে?
ব্ৰডকাষ্টিঙৰ গীতবোৰে আমাক কেনেকৈ ব্যৱহাৰিক শিক্ষা দিয়ে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?
অব্ৰাহাম আৰু চাৰাৰ দৰে আমি যিহোৱাৰ দৃষ্টিত কেনেকৈ সুনাম অৰ্জন কৰিব পাৰোঁ?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে
অব্ৰাহাম আৰু চাৰাৰ উদাহৰণ অনুকৰণ কৰি বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই” চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰিলে
চদোম আৰু ঘমোৰাৰ ধ্বংসই বৰ্তমান সময়ত জীয়াই থকা লোকসকলৰ বাবে কি অৰ্থ ৰাখে?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আপুনি উপকৃত হৈছে নে?
প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক নামৰ পুস্তিকাখনৰপৰা আপুনি কেনেকৈ উপকৃত হ’ব পাৰিব?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
অব্ৰাহাম আৰু চাৰাৰ ওপৰত যিহোৱাৰ প্ৰতিজ্ঞা যিদৰে পূৰ হৈছিল, ইয়ে আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰে?