আপোনাৰ চিন্তা-ভাৱনা কাৰ দৰে হয়?
-
নিঃসন্দেহ পিতৰে কোনো বেয়া মনোভাৱেৰে কোৱা নাছিল। কিন্তু যীচুৱে তৎক্ষণাত পিতৰৰ চিন্তা-ভাৱনা শুধৰাইছিল
-
নিজৰ প্ৰতি “দয়া” দেখুৱাৰ সেয়া উচিত সময় নহয় বুলি যীচুৱে জানিছিল। সজাগ হৈ থকাৰ এই গুৰুত্বপূৰ্ণ সময়ত যীচুৱে অসতৰ্ক হোৱাটো বিচৰা নাছিল। আচলতে, যীচুৱে অসতৰ্ক হোৱাটো চয়তানেহে বিচাৰিছিল
ঈশ্বৰৰ ইচ্ছা অনুসৰি আমি নিজকে পৰিচালনা কৰাৰ বাবে যীচুৱে তিনিটা বিষয় চিনাক্ত কৰিছিল। ইয়াত কি কি জড়িত হৈ আছে?
-
নিজকে দমন কৰা
-
নিজৰ ক্ৰুচ তোলা
-
যীচুৰ পাছে পাছে যোৱা