ডিচেম্বৰ ১৩-১৯
বিচাৰকৰ্ত্তাবিলাক ৮-৯
গীত ১২৫ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অহংকাৰ কৰাৰ পৰিৱৰ্তে নম্ৰ হওক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
বিচা ৮:২৭—গিদিয়োনে বনোৱা এফোদক তেওঁ পূজা কৰিছিলনে? (it-১-E ৭৫৩ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) বিচা ৮:২৮–৯:৬ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ২০)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০২, ৪ ভাগ (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সংগঠনে লাভ কৰা সফলতা: (৫ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১১ আৰু প্ৰাৰ্থনা