Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনাৰ পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ সময়ত আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক

আপোনাৰ পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ সময়ত আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকক

বিশেষকৈ এই শেষ-কালত বিভিন্ন পৰিৱৰ্তন আমি আশা কৰিব পাৰোঁ। (১কৰি ৭:৩১) এই পৰিৱৰ্তনবোৰ ভালৰ বাবে হওক বা বেয়াৰ বাবে হওক, আমি আশা কৰাই হওক বা নকৰাই হওক, কিন্তু ইয়ে আমাৰ উপাসনা আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ সময়ত আমাক আধ্যাত্মিকভাৱে সজাগ আৰু সক্ৰিয় হৈ থাকিবলৈ কিহে সহায় কৰিব? নতুন ঠাই কিন্তু উপাসনা একেই ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভিডিঅ’ত দেখুৱা পিতৃজনক এজন ভায়ে কি উপদেশ দিছে?

  • মথি ৭:২৫ পদত বৰ্ণনা কৰা সিদ্ধান্ত এই পৰিয়ালৰ পৰিস্থিতিৰ লগত কেনেকৈ খাপ খায়?

  • নতুন ঠাইলৈ যোৱাৰ আগতে পৰিয়ালটোৱে কি যোজনা কৰে আৰু তাৰপৰা তেওঁলোকৰ কি লাভ হয়?

  • নতুন মণ্ডলী আৰু প্ৰচাৰ ক্ষেত্ৰত নিজকে খাপ খুৱাবলৈ এই পৰিয়ালটোৱে কি কৰে?

অলপতে মই কি ডাঙৰ ডাঙৰ পৰিৱৰ্তনৰ সন্মুখীন হৈছোঁ?

ভিডিঅ’খনত বৰ্ণনা কৰা সিদ্ধান্ত মোৰ পৰিস্থিতিৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?