ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
ধন-সম্পত্তিৰে এজন ব্যক্তি ভাল হয় নে নহয় বুলি কʼব নোৱাৰি
ঈশ্বৰে দুষ্টলোকসকলৰ ধন কাঢ়ি লয় বুলি চোফৰে কʼলে। এইদৰে কৈ ইয়োব দুষ্ট হয় বুলি তেওঁ কʼব বিচাৰিছিল (ইয়ো ২০:৫, ১০, ১৫)
ইয়োবে উত্তৰ দিলে তেনেহʼলে ‘দুষ্টবোৰ কিয় বৃদ্ধি হয়?’ (ইয়ো ২১:৭-৯)
যীচুৰ উদাহৰণে দেখুৱাই যে এজন ভাল ব্যক্তি দুখীয়াও হʼব পাৰে (লূক ৯:৫৮)
ধ্যানৰ বাবে প্ৰশ্ন: ‘ভাল ব্যক্তি ধনী বা দুখীয়া যিয়ে নহওক কিয় তেওঁৰ বাবে কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ?—লূক ১২:২১; w০৭-HI ৮/১ ৩০ ¶১২.