Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?

খ্ৰীষ্টানসকলে কিয় আগবাঢ়ি যোৱা উচিত?

বহুতো ভাই-ভনীয়ে অগ্ৰগামী সেৱা, বেথেল সেৱা বা ৰাজ্যগৃহ নিৰ্মাণ কামত ভাগ লʼবলৈ লক্ষ্য ৰাখে। তেওঁলোকে এই লক্ষ্য পাবলৈ বহুত পৰিশ্ৰম কৰি আগবাঢ়ি যায়। কিছুমান ভায়ে ওভাৰচিয়াৰ হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি যায়। (১তীম ৩:১) কিন্তু খ্ৰীষ্টানসকলে কি উদ্দেশ্যেৰে আগবাঢ়ি যোৱা উচিত? তেওঁলোকে আনৰ পৰা সন্মান আৰু প্ৰশংসা পাবলৈ কিবা দায়িত্ব বা সেৱা কৰিবলৈ সুযোগ বিচৰাটো উচিত হʼবনে?

কিয় আগবাঢ়ি যোৱা উচিত? (১তীম ৩:১) ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

তলত দিয়া পদবোৰৰ অনুসৰি আমি কি তিনিটা কাৰণৰ বাবে আগবাঢ়ি যোৱা উচিত?