ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“আহাবৰ গোটেই বংশ বিনষ্ট কৰা হব”—২ৰাজা ৯:৮
যিহূদাৰ ৰাজ্য
যিহোচাফট ৰজা হয়
ক. ৯১১ বছৰ খ্ৰীষ্টপূৰ্ব: যোৰাম (যিহোচাফটৰ পুত্ৰ; অথলিয়াৰ স্বামী, যি আহাব আৰু ঈজেবলৰ জীয়েক হয়) অকলেই শাসন কৰিব ধৰিলে
ক. ৯০৬ বছৰ খ্ৰীষ্টপূৰ্ব: অহজিয়াই (আহাব আৰু ঈজেবলৰ নাতি) ৰজা হয়।
ক. ৯০৫ বছৰ খ্ৰীষ্টপূৰ্ব: অথলিয়াই ৰাজবংশৰ সকলোকে হত্যা কৰি নিজে ৰাণী হয়। তেওঁৰ কেৱল এজন নাতিয়েক যোৱাচক বচোৱা হʼল আৰু মহাপুৰোহিত যিহোয়াদাই তেওঁক লুকুৱাই ৰাখিলে।—২ৰাজা ১১:১-৩.
৮৯৮ বছৰ খ্ৰীষ্টপূৰ্ব: যোৱাচ ৰজা হয়। যিহোয়াদা পুৰোহিতে ৰাণী অথলিয়াক মাৰি পেলায়।—২ৰাজা ১১:৪-১৬.
ইস্ৰায়েলৰ ৰাজ্য
ক. ৯২০ বছৰ খ্ৰীষ্টপূৰ্ব: অহজিয়া (আহাব আৰু ঈজেবলৰ পুত্ৰ) ৰজা হয়
ক. ৯১৭ বছৰ খ্ৰীষ্টপূৰ্ব: যোৰাম (আহাব আৰু ঈজেবলৰ পুত্ৰ) ৰজা হয়
ক. ৯০৫ বছৰ খ্ৰীষ্টপূৰ্ব: যেহূয়ে ইস্ৰায়লৰ ৰজা যোৰাম, তেওঁৰ ভাইসকলক আৰু তেওঁৰ মাকক (ঈজেবল) হত্যা কৰে। তেওঁ যিহূদাৰ ৰজা অহজিয়া আৰু তেওঁৰ ভাইসকলকো হত্যা কৰে।—২ৰাজা ৯:১৪–১০:১৭
ক. ৯০৪ বছৰ খ্ৰীষ্টপূৰ্ব: যেহূ শাসন কৰিবলৈ ধৰে