জুলাই ২২-২৮
১ তীমথিয় ১-৩
গীত ১০৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“সৎকৰ্ম্মৰ বাবে পৰিশ্ৰম কৰক”: (১০ মি.)
[১ তীমথিয় কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
১তীম ৩:১—ভাইসকলক অধ্যক্ষ হ’বলৈ উৎসাহিত কৰা হৈছে (w১৬.০৮-HI ২১ ¶৩)
১তীম ৩:১৩—উত্তমৰূপে সেৱা কৰা ভাইসকলে বহুতো আশীৰ্ব্বাদ লাভ কৰে (km-E ৯/৭৮ ৪ ¶৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
১তীম ১:৩, ৪—পৌলে বংশাৱলিৰ ওপৰত মনোযোগ নিদিবলৈ তীমথিয়ক কিয় সাৱধান কৰিছিল? (it-১-E ৯১৪-৯১৫)
১তীম ১:১৭—যিহোৱা ঈশ্বৰেই একমাত্ৰ ‘চিৰস্থায়ী ৰজা’ বুলি কিয় ক’ব পাৰি? (cl-HI ১২ ¶১৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ১তীম ২:১-১৫ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি. বা কম) lv ৪৪ ¶ ৬-৭ (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৩৭
ৱাৰউইকত কাম কৰা ডেকা ভাই-ভনীসকলে যিহোৱাৰ নাম মহিমান্বিত কৰে: (৬ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
ডেকা ভাই-ভনীসকলে ৱাৰউইকৰ বেথেলৰ নিৰ্মাণ কাৰ্য্যত কেনেকৈ সহায় কৰিছিল আৰু ইয়াৰপৰা তেওঁলোকে কেনেকৈ লাভৱান হৈছিল?
ডেকা ভাই-ভনীসকলে যিহোৱা ঈশ্বৰক মহিমান্বিত কৰিবলৈ মণ্ডলীত কি কি সুযোগ আছে?
“তেওঁলোকৰপৰা আপুনি কি শিকিব পাৰে?”: (৯ মি.) আলোচনা। অভিজ্ঞতা থকা ভাইসকলক সন্মান কৰক নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৬ ¶১৫-২০
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৬ আৰু প্ৰাৰ্থনা