জুলাই ১-৭
কলচীয়া ১-৪
গীত ৫৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক”: (১০ মি.)
[কলচীয়া কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
কল ৩:৫-৯—“পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সোলোকাই” পেলাওক (w১১-HI ৩/১৫ ১০ ¶১২-১৩)
কল ৩:১০-১৪—‘নতুন পুৰুষক পিন্ধি লওক’ (w১৩-HI ৯/১৫ ২১ ¶১৮-১৯)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
কল ১:১৩, ১৪—‘নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্য’ বুলিলে কি বুজায়? (it-২-E ১৬৯ ¶৩-৫)
কল ২:৮—“জগতৰ প্ৰাথমিক” বিষয়বোৰ কি? (w০৮-HI ৮/১৫ ২৮ ¶৯)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) কল ১:১-২০ (শিক্ষা অধ্যায় ২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। সঠিক আৰু যুক্তিসংগত নামৰ ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৭ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w০৪ ৫/১ ১৯-২০ ¶৩-৭—বিষয়: খ্ৰীষ্টান ভাই-ভনীসকলে পৌলৰ বাবে কেনেকৈ “দৃঢ়তাস্বৰূপ” আছিল? (কল ৪:১১, NW) (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১৭
২০১৮ চনৰ শিক্ষা সমিতিৰ ৰিপৰ্ট: (১৫ মি.) ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ আলোচনা কৰক: আমাৰ সংগঠনৰ কাৰ্য্যৰ বাবে যাত্ৰা কৰা কিয় প্ৰয়োজন? মুখ্য কাৰ্য্যালয়ৰ যাত্ৰা বিভাগে কেনেকৈ ৰাজ্যৰ বাবে পোৱা দানক ভাবি-চিন্তি খৰচ কৰে? সংগঠনৰ যাত্ৰাৰ খৰচ-পাতি কম কৰিবলৈ প্ৰচাৰকসকলে কি কৰিব পাৰে? মুখ্য কাৰ্য্যালয়ৰ যাত্ৰা বিভাগে, ২০১৯ চনৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ বাবে যাত্ৰা কৰিবলগীয়া লোকসকলক কেনেকৈ সহায় আগবঢ়াইছে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৫ ¶২১, ২২ আৰু অতিৰিক্ত লেখ ২০৬-২০৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৯ আৰু প্ৰাৰ্থনা