জুলাই ১৫-২১
২ থিচলনীকীয়া ১-৩
গীত ৬৭ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“অধৰ্ম্মীজন প্ৰকাশিত হ’ব”: (১০ মি.)
[২ থিচলনীকীয়া কিতাপখনৰ পৰিচয় ভিডিঅ’খন দেখুৱাওক।]
২থিচ ২:৬-৮—“অধৰ্ম্মী জন” কাৰ্য্য কৰি থকা দেখিবলৈ পোৱা যাব (it-১-E ৯৭২-৯৭৩)
২থিচ ২:৯-১২—‘অধৰ্ম্মীসকলৰ’ দ্বাৰা ভুল পথলৈ পৰিচালিত কৰা লোকসকলক ন্যায় বিচাৰ কৰা হ’ব (it-২-E ২৪৫ ¶৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
২থিচ ১:৬, ৭—প্ৰভু যীচু আৰু তেওঁৰ স্বৰ্গদূতবিলাকৰ সৈতে “জ্বলন্ত অগ্নিত” প্ৰকাশিত হোৱা বুলিলে কি বুজা? (it-১-E ৮৩৪ ¶৫)
২থিচ ২:২—পৌলে কি অৰ্থত “লিখা বুলি” ক’ব বিচাৰিছিল? (it-১-E ১২০৬ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ২থিচ ১:১-১২ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখনৰ পৰিচয় তুলি ধৰক। (শিক্ষা অধ্যায় ১২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৬১
পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আগ্ৰহ কমি গৈছে নেকি?: (১৫ মি.) আপোনাৰ পৰিচৰ্য্যা কাৰ্য্য কেনেকৈ সক্ৰিয় কৰি তুলিব? নামৰ ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৬ ¶৭-১৪
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৩ আৰু প্ৰাৰ্থনা