জুন ৪-১০
মাৰ্ক ১৫-১৬
গীত ৪৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যীচুৰ ওপৰত ভৱিষ্যতবাণী পূৰ হৈছে”: (১০ মি.)
মাৰ্ক ১৫:৩-৫—যীচুৰ বিৰুদ্ধে অভিযোগ কৰাৰ সময়ত তেওঁ একো উত্তৰ দিয়া নাছিল
মাৰ্ক ১৫:২৪, ২৯, ৩০—তেওঁৰ কাপোৰৰ বাবে চিঠী খেলিছিল আৰু তেওঁক নিন্দা কৰা হৈছিল (“তেওঁৰ কাপোৰ বাঁটি ললে,” “মূৰ জোকাৰি,” মাৰ্ক ১৫:২৪, ২৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মাৰ্ক ১৫:৪৩, ৪৬—তেওঁক ধনৱানৰ সৈতে মৈদাম দিয়া হৈছিল (“যোচেফ” মাৰ্ক ১৫:৪৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
মাৰ্ক ১৫:২৫—যীচুক যাতনা-স্তম্ভত দিয়াৰ সময়ৰ বিষয়ে কিয় বেলেগ বেলেগ বৰ্ণনা দেখিবলৈ পোৱা যায়? (“ন মান বজাত” মাৰ্ক ১৫:২৫ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
মাৰ্ক ১৬:৮—শুভবাৰ্ত্তাৰ কিতাপ মাৰ্কৰ মূল পাঠত থকা দীঘলীয়া আৰু চুটি সামৰণিৰ অংশ নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যানত কিয় জড়িত কৰা নাই? (“কিয়নো তেওঁলোকৰ ভয় লাগিছিল” মাৰ্ক ১৬:৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ১৫:১-১৫
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅ’খন দেখুৱাওক আৰু আলোচনা কৰক।
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ২
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩১
“যীচুৰ পদচিহ্নক নিবিড়ভাৱে অনুকৰণ কৰক”: (১৫ মি.) আলোচনা। যিহোৱাৰ নাম আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, ভিডিঅ’খন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১০ ¶১-২
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হ’বলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২৭ আৰু প্ৰাৰ্থনা