জানুৱাৰী ২০-২৬
আদিপুস্তক ৬-৮
গীত ৮৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“নোহে সেই দৰে কৰিলে”: (১০ মি.)
আদি ৬:৯, ১৩—ধাৰ্মিক নোহৰ সময়ত চাৰিওফালে দুষ্টতাৰে ভৰি আছিল (w১৮.০২-HI ৪ ¶৪)
আদি ৬:১৪-১৬—নোহে এটা কঠিন দায়িত্ব লাভ কৰিছিল (w১৩-E ৪/১ ১৪ ¶১)
আদি ৬:২২—নোহে যিহোৱাৰ ওপৰত বিশ্বাস দেখুৱালে (w১১-HI ৯/১৫ ১৮ ¶১৩)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ৭:২—শুচি আৰু অশুচি জীৱ-জন্তুৰ মাজত প্ৰভেদ কৰিবলৈ কিহক এটা মুখ্য কাৰণ হিচাপে ব্যৱহাৰ কৰা হৈছিল? (w০৪ ১/১ ২৯ ¶৭)
আদি ৭:১১—জল-প্লাৱনৰ বাবে পানী ক’ৰ পৰা আহিল? (w০৪ ১/১ ৩০ ¶১)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ৬:১-১৬ (শিক্ষা অধ্যায় ১০)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: গৃহস্থৰ লগত প্ৰচাৰকসকলে ১ যোহন ৪:৮ পদটো ব্যৱহাৰ কৰি কেনেকৈ যুক্তি কৰিছিল? প্ৰচাৰকসকলে কেনেকৈ একেলগে সাক্ষ্য দিছিল?
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১২)
প্ৰথম পুনৰ সাক্ষাৎ: (৪ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৩১
পাৰিবাৰিক উপাসনা: নোহ—তেওঁ ঈশ্বৰৰ সৈতে চলাচল কৰে: (১০ মি.) আলোচনা। ভিডিঅ’খন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ আলোচনা কৰক: বাইবেলৰ নোহৰ কাহিনীটো নাটকীয়ভাৱে ব্যৱহাৰ কৰি পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ ল’ৰা-ছোৱালীক ব্যৱহাৰিক শিক্ষা দিছিল? আপুনি এনে কি বিষয় লক্ষ্য কৰিলে, যিটো আপুনি নিজৰ পাৰিবাৰিক উপাসনাত ব্যৱহাৰ কৰিব পাৰে?
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৬ ¶১-৮
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ১১৯ আৰু প্ৰাৰ্থনা