Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩-৫

প্ৰথম মিছাৰ পৰিণাম হৈছে ধ্বংস

প্ৰথম মিছাৰ পৰিণাম হৈছে ধ্বংস

৩:১-৬, ১৫-১৯

চয়তানে হৱাক মিছা কথা কৈছিল আৰু তেতিয়াৰেপৰা সি মানৱজাতিক ভুল পথলৈ পৰিচালিত কৰি আহিছে। (প্ৰকা ১২:৯) নিম্নলিখিত মিছা কথাবোৰে কেনেকৈ চয়তানৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ইয়ে মানুহক যিহোৱা ঈশ্বৰৰ কাষ চাপিবলৈ কেনেকৈ বাধা দিয়ে?

  • পৃথিৱীত কোনো সৰ্ব্বশক্তিমান ঈশ্বৰ নাই

  • ঈশ্বৰ হৈছে এক ৰহস্যময় ত্ৰিয়ক

  • ঈশ্বৰৰ কোনো নাম নাই

  • ঈশ্বৰে মানুহক জ্বলি থকা নৰকত সদায় কালৰ বাবে শাস্তি দিয়ে

  • সকলো ঈশ্বৰৰ ইচ্ছাৰ বাবে ঘটে

  • ঈশ্বৰে মানৱজাতিৰ কোনো যত্ন নলয়

ঈশ্বৰৰ বিষয়ে কোৱা এই মিছা কথাৰ প্ৰতি আপুনি কেনে অনুভৱ কৰে?

ঈশ্বৰৰ নামৰ বিষয়ে জানিবলৈ আপুনি লোকসকলক কেনেকৈ সহায় কৰিব?