Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২১-২২

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

“যিহোৱাৰ যি ইচ্ছা সেয়া হওক”

২১:৮-১৪

পৌলে অনুভৱ কৰে যে পবিত্ৰ আত্মাই তেওঁক যিৰূচালেমলৈ যাবলৈ পৰিচালিত কৰিছে, য’ত বহুতো বিপদে তেওঁৰ বাবে অপেক্ষা কৰি আছিল। (পাঁচ ২০:২২, ২৩) সেইবাবে, যেতিয়া কিছুমান ভাই-ভনীয়ে তেওঁক তালৈ যাবলৈ বাধা দিছিল, তেতিয়া তেওঁ এইদৰে কৈছিল: “তোমালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিছা?” (পাঁচ ২১:১৩) যেতিয়া আমাৰ ভাই-ভনীসকলে যিহোৱাৰ সেৱাৰ বাবে ত্যাগ কৰিবলৈ ইচ্ছা কৰে, তেতিয়া আমি তেওঁলোকক নিৰাশ কৰা উচিত নহয়।