ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ভাল নাম অৰ্জন কৰক
ৰূথে আনৰ সহায় কৰিলে (ৰূথ ৩:১০; ia-HI ৪৭ ¶১৮)
ৰূথ এগৰাকী “সতী” অৰ্থাৎ ধাৰ্মিক তিৰোতা নামেৰে জনাজাত হʼল (ৰূথ ৩:১১; ia-HI ৪৮ ¶২১)
যিহোৱাই ৰূথৰ ভাল গুণবোৰলৈ ধ্যান দিলে আৰু তাইক আশীৰ্বাদ দিলে (ৰূথ ৪:১১-১৩; ia-HI ৫০ ¶২৫)
আপুনি কোনটো গুণ বঢ়াব বিচাৰে, যাতে লোকসকলে আপোনাক সেই গুণৰপৰা চিনি পায়?