Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ৪-৬

আপুনি একেৰাহে যিহোৱাৰ সেৱা কৰি আছেনে?

আপুনি একেৰাহে যিহোৱাৰ সেৱা কৰি আছেনে?

দানিয়েলে ঈশ্বৰৰ উপাসনা কৰিছিল আৰু প্ৰতিদিনে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো অভ্যাস আছিল। তেওঁ যিকোনো পৰিস্থিতিত এই অভ্যাস ত্যাগ কৰা নাছিল। আনকি ৰজাই আদেশ জাৰি কৰাৰ পাছতো দানিয়েলে প্ৰাৰ্থনা কৰিবলৈ বন্ধ কৰা নাছিল

৬:১০

উপাসনাৰ লগত জড়িত থকা কিছুমান ভাল অভ্যাস কি?