Skip to content

Skip to table of contents

চেপ্টেম্বৰ ২৮–অক্টোবৰ ৪

যাত্ৰাপুস্তক ২৯-৩০

চেপ্টেম্বৰ ২৮–অক্টোবৰ ৪
  •  গীত ৩২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • যিহোৱাৰ উদ্দেশে দিব লগীয়া উপহাৰ”: (১০ মি.)

    • যাত্ৰা ৩০:১১, ১২—যিহোৱাই মোচিক লোকসকলৰ লেখ লʼবলৈ কৈছিল (it-২-E ৭৬৪-৭৬৫)

    • যাত্ৰা ৩০:১৩-১৫—যিসকলৰ নাম লিখা হৈছিল, তেওঁলোকে যিহোৱাক দান দিলে (it-১-E ৫০২)

    • যাত্ৰা ৩০:১৬—দান-বৰঙণিৰ টকা-পইচা ‘তম্বুৰ কাৰ্য্যত’ ব্যৱহাৰ কৰা হৈছিল (w১১-E ১১/১ ১২ ¶১-২)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • যাত্ৰা ২৯:১০—“গৰুটোৰ মূৰত হাত” দিয়াৰ অৰ্থ কি? (it-১-E ১০২৯ ¶৪)

    • যাত্ৰা ৩০:৩১-৩৩—যদি কোনোবাই অভিষেকাৰ্থক পবিত্ৰ তেল তৈয়াৰ কৰে আৰু অধিকাৰ নিদিয়া কোনো ব্যক্তিক লগাই, তেনেহʼলে তেওঁক কিয় মৃত্যুদণ্ড দিয়া হৈছিল? (it-১-E ১১৪ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যাত্ৰা ২৯:৩১-৪৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক আৰু কেমেৰা বা ইন্ট্যাৰকমত সাক্ষ্য কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (যদি আপোনাৰ এলেকাত লোকসকলে কেমেৰা বা ইন্ট্যাৰকম ব্যৱহাৰ নকৰে, তেনেহʼলে গৃহস্থই দুৱাৰ নোখোলাকৈ কথা পাতে, তেতিয়া আপুনি কেনেকৈ সাক্ষ্য দিব, তাক দেখুৱাওক।) (শিক্ষা অধ্যায় ২)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১০৫ ¶১৮ (শিক্ষা অধ্যায় ১৩)

  • ভাষণ: (৫ মি. বা কম) km ১/১১-HI ৪ ¶৫-৭; ৬, বক্স—বিষয়: পাৰিবাৰিক উপাসনাৰ কিছুমান উপায়। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন