অনুশাসন—যিহোৱা ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ
অনুশাসনৰ অৰ্থ হৈছে শাস্তি, নিৰ্দেশনা আৰু শিক্ষা দিয়া। যিদৰে এজন মৰমিয়াল পিতৃয়ে নিজৰ সন্তানক অনুশাসন দিয়ে, ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও আমাক অনুশাসন দিয়ে। যিহোৱা ঈশ্বৰে আমাক বিভিন্ন উপায়েৰে অনুশাসন দিয়ে। উদাহৰণস্বৰূপে, . . .
-
বাইবেল পঢ়া, ব্যক্তিগত অধ্যয়ন কৰা, সভালৈ যোৱা আৰু ধ্যান কৰাৰ যোগেদি
-
সংগী ভাই-ভনীসকলে দিয়া পৰামৰ্শ বা শুধৰণিৰ যোগেদি
-
আমি কৰা ভুলৰ পৰিণামৰ যোগেদি
-
ন্যায় সমিতিৰ শুধৰণি বা বহিষ্কৃত কৰাৰ ব্যৱস্থাৰ যোগেদি
-
যিহোৱা ঈশ্বৰে আমাৰ ওপৰত হ’বলৈ অনুমতি দিয়া কঠিন পৰিস্থিতিৰ যোগেদি।—w১৫-HI ৯/১৫ ২১ ¶১৩; it-১-E ৬২৯