Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাকোব ১-২

পাপ আৰু মৃত্যুৰ পথ

পাপ আৰু মৃত্যুৰ পথ

১:১৪, ১৫

যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰা চিন্তা-ভাৱনা আপোনাৰ মনলৈ অহাৰ সময়ত আপুনি এইদৰে কৰক:

  • আন কোনো বিষয়ত ধ্যান দিবলৈ প্ৰাণ-পণে চেষ্টা কৰক।—ফিলি ৪:৮

  • বেয়া চিন্তা-ভাৱনা পূৰ কৰিলে কি পৰিণাম হ’ব, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক।—দ্বিতী ৩২:২৯

  • প্ৰাৰ্থনা।—মথি ২৬:৪১

যদি আপোনাৰ মনলৈ কোনো বেয়া চিন্তা-ভাৱনা আহে, তেনেহ’লে আপুনি উৎসাহিত কৰিব পৰা কোনবোৰ কথাৰ বিষয়ে চিন্তা কৰিব পাৰে?