অক্টোবৰ ১০-১৬
১ ৰাজাৱলি ১৯-২০
গীত ৩৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ১৯:১৯-২১—যদি আমাক যিহোৱাৰ সেৱাৰ লগত জড়িত কিবা নতুন দায়িত্ব দিয়া হয়, তেনেহʼলে এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? (w৯৭-HI ১১/১ ৩১ ¶২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১৯:১-১৪ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: ভাল পৰামৰ্শ —যিচ ৪৮:১৭, ১৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ১৮)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৭, ভাগ ৭ আৰু “কিছুমান লোকে কয়” (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সঠিক দৃষ্টিভংগী বজাই ৰাখক: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ আমি বাইবেলৰ কি কি সিদ্ধান্ত মনত ৰাখিব পাৰোঁ? যিহোৱাই এলিয়াক কেনেকৈ উৎসাহিত কৰিলে? যিহোৱাই কেনেকৈ আমাক উৎসাহিত কৰে আৰু আমাৰ যত্ন লয়?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৯৪, ৯৫
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৫৭ আৰু প্ৰাৰ্থনা