Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

গিবিয়োনীয়াবিলাকৰ ঘটনাৰপৰা শিক্ষা

গিবিয়োনীয়াবিলাকৰ ঘটনাৰপৰা শিক্ষা

গিবিয়োনীয়াবিলাকে বুদ্ধিমতাৰে কাম কৰিলে (যিহো ৯:৩-৬; it–১–E ৯৩০-৯৩১)

ইস্ৰায়েলৰ অধ্যক্ষবিলাকে যিহোৱাৰপৰা পৰামৰ্শ নিবিচাৰিলে (যিহো ৯:১৪, ১৫; w১১–HI ১১/১৫ ৮ ¶১৪)

গিবিয়োনীয়াবিলাকে নম্ৰতাৰে ইস্ৰায়েলীসকলৰ সেৱা কৰিলে (যিহো ৯:২৫-২৭; w০৪ ১১/১ ১৬ ¶১৪)

গিবিয়োনীয়াবিলাকে দাস হিচাপে সেৱা কৰিলে, কিয়নো তেওঁলোকে যিহোৱাৰ অনুগ্ৰহ পাব বিচাৰিছিল। আমিও তেওঁলোকৰ দৰে নম্ৰ হৈ কি কৰিব পাৰোঁ?