যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’
যিহোৱা ঈশ্বৰে আগবঢ়োৱা শান্ত্বনাৰ একমাত্ৰ উৎস হৈছে খ্ৰীষ্টান মণ্ডলী। শোকত থকা লোকসকলক আমি কি কি উপায়েৰে শান্ত্বনা দিব পাৰোঁ?
-
তেওঁলোকৰ কথা মনোযোগেৰে শুনক
-
“যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা।”—ৰোম ১২:১৫
-
উৎসাহজনক কাৰ্ড দিয়ক, ই-মেইল বা মেছেজ কৰক।—w১৭.০৭-HI ১৫, বক্স
-
তেওঁলোকৰ বাবে আৰু তেওঁলোকৰ সৈতে প্ৰাৰ্থনা কৰক