নতুন এজন ব্যক্তিক স্মৰণীয় দিনলৈ সম্ভাষণ জনাইছে

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা এপ্ৰিল 2019

আলোচনাৰ বাবে আৰ্হি

যীচু খ্ৰীষ্টৰ মৃত্যুৰ বিষয়ে ধাৰাবাহিক আলোচনা।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অবিবাহিত হৈ থকা এটা উপহাৰ

যদি আপুনি অবিবাহিত হয়, তেনেহলে আপুনি এই পৰিস্থিতিৰ সুযোগ কেনেকৈ লব?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱা হৈছে বিশ্বাসযোগ্য

যেতিয়া আমি পৰীক্ষাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাই আমাক প্ৰয়োজনীয় সহায় আগবঢ়ায়।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি স্মৰণীয় দিনৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব?

আমি সকলোৱে নিজৰ হৃদয় প্ৰস্তুত কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

‘ঈশ্বৰ সকলোৰে বাবে সকলো’ হ’ব

যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহ’লে ভৱিষ্যতে বহুতো আশীৰ্ব্বাদ লাভ কৰিব পাৰিম।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’

যিহোৱা ঈশ্বৰে আগবঢ়োৱা শান্ত্বনাৰ একমাত্ৰ উৎস হৈছে খ্ৰীষ্টান মণ্ডলী।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ শিক্ষা গ্ৰহণ কৰক

মহান শিক্ষক যিহোৱা ঈশ্বৰে আটাইতকৈ উত্তম শিক্ষা আগবঢ়ায়।