Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১৭-১৮

নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে

নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে

১৮:১৭, ১৮, ২১, ২২, ২৪, ২৫

যেতিয়া অনুভৱী ভাইসকলে ডেকাসকলক শিকায় আৰু দায়িত্ব দিয়ে, তেতিয়া তেওঁলোকে প্ৰেম আৰু নম্ৰতা দেখুৱাই। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে?

  • দায়িত্ব লʼব পৰা ব্যক্তিসকলক বাচনি কৰক

  • দায়িত্ব দিয়াৰ সময়ত তেওঁৰপৰা কি আশা কৰে, তাক স্পষ্টকৈ কওক

  • কাম পূৰ কৰিবলৈ টকা, সঁজুলি আৰু প্ৰয়োজন অনুসৰি সহায় আগবঢ়াওক

  • দায়িত্ব দিয়াৰ পাছত সময়ে সময়ে তেওঁক কামৰ বিষয়ে সোধক আৰু জনাওক যে আপুনি তেওঁৰ ওপৰত ভৰসা কৰে

নিজকে সোধক, ‘মই আনক কি কি দায়িত্ব দিব পাৰোঁ?’