আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা আগষ্ট 2019
আলোচনাৰ বাবে আৰ্হি
ঈশ্বৰে ভৱিষ্যতৰ বাবে কৰা বিশ্বাসযোগ্য প্ৰতিজ্ঞাবোৰৰ ধাৰাবাহিক আলোচনা।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
’ঈশ্বৰে আমাক ভয়ৰ আত্মা’ দিয়া নাই
যদি আমি যিহোৱাৰ শক্তিৰ ওপৰত ভৰসা ৰাখিম, তেনেহ’লে আমি সাহসেৰ পৰীক্ষাৰ সন্মুখীন হ’ব পাৰিম।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক
সংগতিয়ে আমাৰ জীৱনত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে।
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
‘বৃদ্ধলোকসকলৰ নিযুক্তি’
খ্ৰীষ্টান মণ্ডলীত যিসকলে দায়িত্ব লয়, তেওঁলোকক বাইবেলত দিয়া আৰ্হিৰ আধাৰত নিযুক্ত কৰা হয়।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
কিশোৰ-কিশোৰীসকল—‘সৎকৰ্ম্মত উদ্যোগী’ হওক
অগ্ৰগামী সেৱক হিচাপে সেৱা কৰাৰ কিশোৰ-কিশোৰীসকলৰ যি লক্ষ্য আছে, তাত কেনেকৈ উপনীত হ’ব পাৰে?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ধাৰ্মিকতাক প্ৰেম কৰক আৰু অধাৰ্মিকতাক ঘিণ কৰক
আমি ধাৰ্মিকতাক প্ৰেম কৰোঁ আৰু অধাৰ্মিকতাক ঘিণ কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আপুনি ঈশ্বৰৰ বিশ্ৰামত প্ৰৱেশ কৰিবলৈ যত্ন কৰক
আমি কেনেকৈ যিহোৱাৰ বিশ্ৰামত প্ৰৱেশ কৰিব পাৰিম আৰু তাত থাকিবলৈ আমি কি কৰা উচিত?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি
বেথেলত সেৱা কৰাৰ বাবে আপুনি কেনেকৈ যোগ্য হ’ব পাৰে?