গীত নং ২৫
যিহোৱাৰ অভিষিক্ত লোক
-
১. ঈ-শ্ব-ৰে ধ-ৰাৰ প-ৰা,
বা-ছি লʼ-লে কি-ছু লোক।
ৰা-জ্য শা-সন ক-ৰি-ব;
যী-চুৰ ল-গত তেওঁ-লোক।
(কোৰাচ)
প-বি-ত্ৰ এই জা-তি,
অ-ভি-ষি-ক্ত বি-শেষ লোক।
যি-হো-ৱাৰ ম-হি-মা,
বি-চা-ৰে যেন স-ক-লো-তে হওঁক।
-
২. আ-ন্ধা-ৰৰ প-ৰা যাঃ-য়ে,
আ-নি-লে পো-হ-ৰ-লৈ,
স-ত্যৰ জ্ঞান দি তেওঁ-লো-কক
মা-তি-লে তেওঁৰ কা-ষত।
(কোৰাচ)
প-বি-ত্ৰ এই জা-তি,
অ-ভি-ষি-ক্ত বি-শেষ লোক।
যি-হো-ৱাৰ ম-হি-মা,
বি-চা-ৰে যেন স-ক-লো-তে হওঁক।
-
৩. উ-ত্তম আ-দ-ৰ্শ ৰা-খি,
পূৰ ক-ৰে স-ক-লো কাম।
শু-ভ-বা-ৰ্তাৰ যো-গে-দি,
ক-ৰে যাঃৰ নাম ম-হান।
(কোৰাচ)
প-বি-ত্ৰ এই জা-তি,
অ-ভি-ষি-ক্ত বি-শেষ লোক।
যি-হো-ৱাৰ ম-হি-মা,
বি-চা-ৰে যেন স-ক-লো-তে হওঁক।
(যিচ. ৪৩:২০খ, ২১; মলা. ৩:১৭; কল. ১:১৩ পদবোৰো চাওক।)