গীত নং ২৪
আহা! যিহোৱাৰ উপাসনা কৰোঁ
(যিচয়া ২:২-৪)
১. চো-ৱা-চোন, যি-হো-ৱাৰ
সেই উ-চ্চ প-ৰ্ব-ত-লৈ!
হয় য’ত যি-হো-ৱাৰ
স-ত্য-ৰে যে উ-পা-স-না।
এই পৃ-থি-ৱীত থ-কা,
স-ক-লো জা-তিৰ লো-কে
কয় যে আ-হা ক-ৰোঁ,
আ-মি যাঃৰ সে-ৱা স-দায়।
স-ক-লো দীন লো-কে
হৃ-দ-য়ে-ৰে মা-নে তেওঁৰ শা-সন।
য-দি সৎ কাম ক-ৰোঁ,
দি-ব যাঃ-য়ে আ-শী-ৰ্বাদ প্ৰ-চুৰ।
পণ লওঁ যাঃ, তো-মা-লৈ
থা-কিম স-দায় হৈ তো-মাৰ।
য-দিও আ-মি ম-ৰোঁ,
ত-থা-পি নে-ৰিম তো-মাক।
২. আ-জ্ঞা এ-য়া যী-চুৰ
দিওঁ আ-মি শু-ভ-বা-ৰ্তা।
ৰা-জ্যৰ সু-খ-বৰ জ-নাওঁ
স-ক-লো-কে আ-মি।
হে ন-ম্ৰ লোক-স-কল
বা-চি লো-ৱা তেওঁৰ শা-সন।
বা-ক্য শু-নে যাঃৰ যি-জ-নে,
আ-হে তেওঁৰ কা-ষত।
পাওঁ আ-মি আ-ন-ন্দ
বা-ঢ়ি যো-ৱা দে-খি বৰ জা-কক।
শি-ক্ষা যাঃৰ দি-ব-লৈ
ক-ৰোঁ ন-ম্ৰ স-ক-লক স-হায়।
আ-মি স-ক-লো-ৱে
এক-গোট হৈ চ-লোঁ প-থত,
ক-ৰোঁ আ-ন-ন্দ-ৰে
যি-হো-ৱাৰ উ-পা-স-না।
(গীত. ৪৩:৩; ৯৯:৯; যিচ. ৬০:২২; পাঁচ. ১৬:৫ পদবোৰো চাওক।)