গীত নং ১
যিহোৱাৰ গুণবোৰ
১. যি-হো-ৱা ঈ-শ্বৰ, তো-মাৰ ম-হান না-ম,
ক-ৰোঁ প্ৰ-ণি-পাত তো-মাক পি-তা ম-হা-ন।
সৃ-ষ্টি-য়ে ক-ৰে গুণ-গান যে তো-মাৰ;
শ-ক্তি তো-মাৰ দি-য়ে বল আ-মাক।
২. যাঃ তো-মাৰ ন্যা-য়, প্ৰেম, প্ৰ-তাপ অ-সীম,
কৃ-পা দ-য়া-ৰে প-ৰি-পূ-ৰ্ণ তু-মি।
বা-ক্য প-ঢ়ি পাওঁ যে বু-দ্ধি আ-মি,
আ-ন-ন্দত জ্ঞান লৈ চ-লোঁ আ-মি।
৩. তো-মাৰ প্ৰে-মে হৃ-দয় স্প-ৰ্শ ক-ৰে,
পা-লোঁ প্ৰে-মৰ পথ আ-মি তো-মাৰ বা-বে;
প্ৰ-শং-সা ক-ৰি গাও গুণ যে তো-মাৰ,
জ্ঞান তো-মাৰ দি-লে পো-হৰ আ-মাক।
(গীত. ৩৬:৯; ১৪৫:৬-১৩; উপ. ৩:১৪; যাকো. ১:১৭ পদবোৰো চাওক।)