গীত নং ১৫৯
যিহোৱাক মহিমা দিয়া
(গীতমালা ৯৬:৮)
১. তু-মি মোৰ ঈ-শ্বৰ যি-হো-ৱা,
স্ব-ৰ্গত বি-ৰাজ-মান তু-মি।
কে-নে-কৈ প-ৰি-শোধ ক-ৰিম?
তু-মি ক-ৰা প্ৰে-মৰ এই ঋণ।
আ-কা-শত দৃ-ষ্টি মই ক-ৰি
চাওঁ তো-মাৰ বৈ-ভৱ, শ-ক্তি।
মই কোন হওঁ হে মোৰ যি-হো-ৱা;
দে-খো-ৱা-লা প্ৰেম মোক তু-মি।
(কোৰাচ)
যি-হো-ৱা মোৰ, শু-না এই গান তু-মি।
তো-মাৰ ম-হি-মাৰ এই গান।
তু-মি ঈ-শ্বৰ, ৰ-জা এই ভূ-ৱ-নৰ,
গাও আ-মি তো-মাৰ জয়-গান;
আ-মি তো-মাক দিওঁ স-ন্মান।
২. মোৰ জী-ৱন তো-মাৰ যি-হো-ৱা,
ক-ৰোঁ প্ৰ-শং-সা তো-মাৰ।
আ-ন-ন্দ-ৰে জ-নাওঁ নাম মই
জ-নাওঁ তো-মাৰ গুণ স-ক-লক।
সে-ৱা তো-মাক ক-ৰি হে যাঃ,
পাওঁ সুখ, আ-ন-ন্দ প্ৰ-চুৰ।
তু-মি মোৰ শ-ক্তি, প্ৰাণ-দা-তা,
স-হা-য়ক আ-ৰু শি-ক্ষক মোৰ।
(কোৰাচ)
যি-হো-ৱা মোৰ,শু-না এই গান তু-মি।
তো-মাৰ ম-হি-মাৰ এই গান।
তু-মি ঈ-শ্বৰ, ৰ-জা এই ভূ-ৱ-নৰ,
গাও আ-মি তো-মাৰ জয়-গান;
আ-মি তো-মাক দিওঁ স-ন্মান।
৩. প-ৰ্বত, সা-গৰ আ-ৰু ভূ-মি,
কয় তো-মাৰ জ্ঞান যে অ-সীম,
ক-ৰে স-দায় তো-মাৰ স্তু-তি
দে-খাই তো-মাৰ অ-লু-প্ত প্ৰেম।
ম-হি-মা, বু-দ্ধি, সৌ-ন্দ-ৰ্য্য,
দে-খোঁ তো-মাৰ কা-ম-তে,
কে-নে-কৈ নি-দিও ম-হি-মা?
মই স-ক-লো সৃ-ষ্টিৰ বা-বে।
(কোৰাচ)
যি-হো-ৱা মোৰ, শু-না এই গান তু-মি।
তো-মাৰ ম-হি-মাৰ এই গান।
তু-মি ঈ-শ্বৰ, ৰ-জা এই ভূ-ৱ-নৰ,
গাও আ-মি তো-মাৰ জয়-গান;
আ-মি তো-মাক দিওঁ স-ন্মান।
(গীত. ৯৬:১-১০; ১৪৮:৩, ৭ পদবোৰো চাওক)