দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ প্ৰকাশিত বাক্য কিতাপ অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ সাৰাংশ ১ ঈশ্বৰে যীচুৰ যোগেদি কথাবোৰ প্ৰকাশ কৰে (১-৩) সাতখন মণ্ডলীলৈ নমস্কাৰ (৪-৮) “ময়েই আৰম্ভণি আৰু ময়েই অন্ত” (৮) পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ যোহন, প্ৰভুৰ দিনত (৯-১১) মহিমাপূৰ্ণ যীচুৰ দৰ্শন (১২-২০) ২ এইবোৰ মণ্ডলীলৈ বাৰ্তা: ইফিচ (১-৭), স্মুৰ্ণা (৮-১১), পৰ্গাম (১২-১৭), থুয়াতীৰা (১৮-২৯) ৩ এইবোৰ মণ্ডলীলৈ বাৰ্তা: চাৰ্দ্দি (১-৬), ফিলাদেলফিয়া (৭-১৩), লায়দিকেয়া (১৪-২২) ৪ স্বৰ্গত উপস্থিত থকা যিহোৱাৰ দৰ্শন (১-১১) তেওঁ সিংহাসনত বহি আছে (২) ২৪ জন প্ৰাচীন সিংহাসনবোৰত বহি আছে (৪) চাৰিটা জীৱিত প্ৰাণী (৬) ৫ সাতটা মোহৰ মৰা নুৰা (১-৫) ভেড়া পোৱালিয়ে নুৰাখন লয় (৬-৮) ভেড়া পোৱালিয়ে নুৰাখন খোলাৰ যোগ্য (৯-১৪) ৬ ভেড়া পোৱালিয়ে প্ৰথম ছটা মোহৰ খুলিলে (১-১৭) বিজয়ীজন বগা ঘোঁৰাৰ ওপৰত বহিছে (১, ২) ৰঙা ঘোঁৰাৰ ওপৰত উঠাজনে শান্তি দূৰ কৰিব (৩, ৪) কʼলা ঘোঁৰাৰ ওপৰত উঠাজনে আকাল লৈ আহিব (৫, ৬) হালধীয়া ঘোঁৰাৰ ওপৰত উঠাজনৰ নাম মৃত্যু (৭, ৮) হত্যা কৰা লোকসকল বেদীৰ তলত (৯-১১) এটা ডাঙৰ ভূমিকম্প (১২-১৭) ৭ চাৰিজন স্বৰ্গদূতে বিনাশৰ বতাহক ধৰি ৰাখিছে (১-৩) ১,৪৪,০০০ জনক মোহৰ মৰা হʼল (৪-৮) ডাঙৰ ভীৰে বগা কাপোৰ পিন্ধিছে (৯-১৭) ৮ সপ্তম মোহৰ খোলা হʼল (১-৬) প্ৰথম চাৰিটা তূৰী বজোৱা হʼল (৭-১২) তিনিটা বিপদৰ ঘোষণা (১৩) ৯ পঞ্চম তূৰী (১-১১) প্ৰথম বিপত্তি শেষ হʼল, দুটা আৰু আহিবলগীয়া আছে (১২) ষষ্ঠ তূৰী (১৩-২১) ১০ এজন শক্তিশালী স্বৰ্গদূতৰ ওচৰত এখন সৰু নুৰা (১-৭) “এতিয়া আৰু দেৰি নহʼব” (৬) পবিত্ৰ ৰহস্য সমাপ্ত হʼব (৭) যোহনে সৰু নুৰা খায় (৮-১১) ১১ দুজন সাক্ষী (১-১৩) ডাঠ কাপোৰ পিন্ধি ১,২৬০ দিন ভৱিষ্যবাণী কৰে (৩) হত্যা কৰা হয়, কিন্তু কবৰ দিয়া নহয় (৭-১০) চাৰে তিনি দিনৰ পাছত জীৱিত কৰা হয় (১১, ১২) দ্বিতীয় বিপত্তি শেষ হʼল, তৃতীয় বিপত্তি আহি আছে (১৪) সপ্তম তূৰী (১৫-১৯) আমাৰ মালিক আৰু তেওঁৰ খ্ৰীষ্টৰ ৰাজ্য (১৫) পৃথিৱীক ধ্বংস কৰা লোকসকল শেষ হʼব (১৮) ১২ তিৰোতা, লʼৰা আৰু অজগৰ (১-৬) মীখায়েলে অজগৰৰ লগত যুদ্ধ কৰিলে (৭-১২) অজগৰক পৃথিৱীলৈ পেলাই দিয়া হʼল (৯) চয়তানে জানে যে তাৰ সময় বহুত কম আছে (১২) অজগৰে তিৰোতাৰ ওপৰত অত্যাচাৰ কৰে (১৩-১৭) ১৩ সাতটা মূৰ থকা বনৰীয়া জন্তু সমুদ্ৰৰ পৰা ওলালে (১-১০) দুটা শিং থকা জন্তু পৃথিৱীৰ পৰা ওলালে (১১-১৩) সাতটা মূৰ থকা বনৰীয়া জন্তুৰ মূৰ্তি (১৪, ১৫) বনৰীয়া জন্তুৰ চিন আৰু সংখ্যা (১৬-১৮) ১৪ ভেড়া পোৱালি আৰু ১,৪৪,০০০ জন (১-৫) তিনিজন স্বৰ্গদূতৰ বাৰ্তা (৬-১২) আকাশৰ মাজত উৰি থকা স্বৰ্গদূতৰ ওচৰত শুভবাৰ্তা (৬, ৭) সুখী তেওঁলোক, যিসকলে প্ৰভুৰ লগত একতাত মৰে (১৩) পৃথিৱীৰ দুবাৰ শস্য দোৱা (১৪-২০) ১৫ সাতজন স্বৰ্গদূত সাতটা বিপত্তি লৈ আছে (১-৮) মোচি আৰু ভেড়া পোৱালিৰ গীত (৩, ৪) ১৬ ঈশ্বৰৰ ক্ৰোধৰ সাতটা বাটি ঢালি দিয়া হʼল (১-২১) পৃথিৱীত (২), সমুদ্ৰত (৩), নদী আৰু পানীৰ ভুমুকত (৪-৭), সূৰ্য্যত (৮, ৯), বনৰীয়া জন্তুৰ সিংহাসনৰ ওপৰত (১০, ১১), ফৰাতত (১২-১৬) আৰু বতাহত (১৭-২১) হৰমাগিদোনত ঈশ্বৰৰ যুদ্ধ (১৪, ১৬) ১৭ “মহা-বাবিলক” শাস্তি শুনোৱা হʼল (১-১৮) উজ্জ্বল ৰঙা ৰঙৰ জন্তুৰ ওপৰত মহা-বেশ্যা বহি আছে (১-৩) বনৰীয়া জন্তুক ‘যি আছিল, এতিয়া নাই আৰু অগাধ ঠাইৰ পৰা সোনকালে ওলাব’ (৮) দহটা শিং, ভেড়া পোৱালিৰ লগত যুদ্ধ কৰিব (১২-১৪) দহটা শিং, বেশ্যাক ঘিণ কৰিব (১৬, ১৭) ১৮ “মহা-বাবিল” পৰিল (১-৮) “মোৰ লোকসকল, তাইৰ মাজৰ পৰা ওলাই আহা।” (৪) বাবিল পৰি যোৱাৰ শোক (৯-১৯) বাবিল পৰি যোৱাৰ কাৰণে স্বৰ্গত আনন্দ (২০) বাবিলক শিলৰ দৰে সমুদ্ৰত পেলাই দিয়া হʼব (২১-২৪) ১৯ যাঃৰ নিৰ্ণয়ৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা (১-১০) ভেড়া পোৱালিৰ বিয়া (৭-৯) বগা ঘোঁৰাৰ ওপৰত উঠা ব্যক্তি (১১-১৬) ঈশ্বৰে ৰখা সন্ধ্যাৰ ডাঙৰ ভোজ (১৭, ১৮) বনৰীয়া জন্তুৰ পৰাজয় (১৯-২১) ২০ চয়তান ১,০০০ বছৰৰ কাৰণে বন্দী (১-৩) খ্ৰীষ্টৰ লগত ১,০০০ বছৰলৈকে শাসন কৰাসকল (৪-৬) চয়তানক মুকলি কৰা হʼব আৰু তাৰ ধ্বংস (৭-১০) বগা সিংহাসনৰ আগত মৃতবিলাকৰ ন্যায় (১১-১৫) ২১ এক নতুন আকাশ আৰু নতুন পৃথিৱী (১-৮) মৃত্যু আৰু নহʼব (৪) সকলো নতুন কৰা হʼল (৫) নতুন যিৰূচালেমৰ সৌন্দৰ্য্যতা (৯-২৭) ২২ জীৱন দিয়াৰ পানীৰ নদী (১-৫) সমাপ্তি (৬-২১) ‘আহা! বিনামূল্যে জীৱন দিয়া পানী লওক’ (১৭) “প্ৰভু যীচু, আহা” (২০) Previous Next Print Share Share প্ৰকাশিত বাক্য—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ প্ৰকাশিত বাক্য—সাৰাংশ অসমীয়া প্ৰকাশিত বাক্য—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt প্ৰকাশিত বাক্য