দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ ইফিচীয়াসকললৈ চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ সাৰাংশ ১ নমস্কাৰ (১, ২) স্বৰ্গত সকলো ধৰণৰ আশীৰ্বাদ (৩-৭) খ্ৰীষ্টৰ যোগেদি সকলোবোৰ একত্ৰিত কৰা (৮-১৪) নিৰ্ধাৰিত কৰা সময়ত “বিভিন্ন বিষয় পৰিচালনা কৰিবলৈ এটা ব্যৱস্থা” (১০) পবিত্ৰ শক্তিৰ মোহৰ “বইনা হিচাপে” (১৩, ১৪) ইফিচীয়াসকলৰ বিশ্বাসৰ কাৰণে পৌলে প্ৰাৰ্থনাত ধন্যবাদ দিয়ে (১৫-২৩) ২ আমাক জীয়াই তুলি খ্ৰীষ্টৰ লগত এক কৰিলে (১-১০) পৃথক কৰি ৰখা দেৱালক ভাঙিলে (১১-২২) ৩ পবিত্ৰ ৰহস্যত ইস্ৰায়েলী নোহোৱা লোকসকলক জড়িত কৰা হʼল (১-১৩) ইস্ৰায়েলী নোহোৱা লোকসকলে খ্ৰীষ্টৰ লগত উত্তৰাধিকাৰ লাভ কৰিব (৬) যুগে যুগে চলি অহা ঈশ্বৰৰ উদ্দেশ্য (১১) অন্তৰ্দৃষ্টি পাবলৈ ইফিচীয়াসকলৰ কাৰণে প্ৰাৰ্থনা কৰে (১৪-২১) ৪ খ্ৰীষ্টৰ শৰীৰৰ একতা (১-১৬) মানুহৰ ৰূপত উপহাৰ (৮) পুৰণি ব্যক্তিত্ব আৰু নতুন ব্যক্তিত্ব (১৭-৩২) ৫ ভাল কথা-বতৰা আৰু ব্যৱহাৰ (১-৫) পোহৰৰ সন্তানৰ দৰে চলা (৬-১৪) পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হোৱা (১৫-২০) নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰা (১৬) স্বামী আৰু পত্নীসকলৰ কাৰণে পৰামৰ্শ (২১-৩৩) ৬ লʼৰা-ছোৱালী আৰু মা-দেউতাৰ কাৰণে পৰামৰ্শ (১-৪) দাস আৰু মালিকৰ কাৰণে পৰামৰ্শ (৫-৯) ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ (১০-২০) অৱশেষত নমস্কাৰ (২১-২৪) Previous Next Print Share Share ইফিচীয়া—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ইফিচীয়া—সাৰাংশ অসমীয়া ইফিচীয়া—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ইফিচীয়া