এই প্ৰশ্নবোৰৰ উত্তৰ জানক
১. শান্তিপ্ৰিয় লোকসকল কোন হয়? (লূক ১০:৬)
২. আমি শান্তিপ্ৰিয় লোকসকলক ঈশ্বৰৰ বন্ধু হʼবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ? (মথি ১০:১১)
৩. শান্তিপ্ৰিয় লোকসকলক বিচাৰিবলৈ শান্তিৰ শাসকে আমাক কেনেকৈ সহায় কৰে? (যিচ. ৯:৬, ৭; মথি ২৮:২০)
৪. আমি শান্তিপ্ৰিয় লোক বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (গীত. ১১:৫; ২ তীম. ২:২৪, ২৫; যাকো. ৩:১৭, ১৮)
৫. শান্তিপ্ৰিয় লোকসকলে কেনেকৈ এজনে-আনজনক সহায় কৰে? (২ কৰি. ৬:১৩)
৬. ‘সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয়’ কৰিবলৈ আমি কি কৰা উচিত? (ৰোম. ১২:২, ৬, ১০, ১৮)
© 2022 Watch Tower Bible and Tract Society of Pennsylvania
CA-brpgm23-AE