এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক
১. আমি কিয় সম্পূৰ্ণ বিশ্বাসেৰে সাহসৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ? (গীত. ১৩৮:৩)
২. প্ৰাচীন সময়ৰ ঈশ্বৰৰ বিশ্বাসী সেৱকসকলৰ দৰে আমি কেনেকৈ সাহসী হ’ব পাৰোঁ? (পাঁচ. ৪:৩১)
৩. আমি কেনেকৈ সাহসেৰে ঘোষণা কাৰ্য্য কৰিব পাৰোঁ? (১ থিচ. ২:২)
৪. বিভিন্ন হেঁচাৰ সন্মুখীন হোৱাৰ সময়ত কিহে আমাক সাহসেৰে কাৰ্য্য কৰিবলৈ সহায় কৰে? (১ পিত. ২:২১-২৩)
৫. আমি সাহসী হ’লে কি পুৰস্কাৰ লাভ কৰিম? (ইব্ৰী ১০:৩৫)