মাৰ্চ ২১, ২০২৫
দেশ-বিদেশৰ খবৰ
২০২৫ প্ৰশাসন গোষ্ঠীৰ আপডেট #২
এই আপডেটত পঢ়া-লিখা শিকাবলৈ সংগঠনে কৰা প্ৰচেষ্ঠাৰ বিষয়ে জনোৱা হৈছে। আমি এয়াও শিকিম যে যীচুৰ বলিদানে আমাক কেনেকৈ শান্তি দিয়ে। শেষত, ২০২৫-ৰ অধিৱেশনত গাবলগিয়া নতূন গীত ৰিলিজ কৰা হ’ব।