ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল

দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল

দায়ূদে কাৰ প্ৰতি দয়া দেখুৱাব পাৰে, সেয়া বিচাৰি উলিয়ালে (২চমূ ৯:১; w০৬-HI ৭/১ ১০ ¶৬)

দায়ূদে লগে লগে মফীবোচতক সহায় কৰিলে (১চমূ ২০:১৫, ৪২; ২চমূ ৯:৫-৭; w০৫ ৬/১ ৯ ¶১১)

দায়ূদে মফীবোচতৰ মাটি চোৱা-চিতা কৰিবলৈ চীবাক দায়িত্ব দিলে (২চমূ ৯:৯, ১০; w০২ ২/১ ২০ ¶১০)

দায়ূদে যোনাথনক যি প্ৰতিজ্ঞা কৰিছিল, সেয়া তেওঁ পাহৰি যোৱা নাছিল। আমিও ভাই-ভনীসকলক দয়া দেখুৱা উচিত।—গীত ৪১:১, ২; হিতো ১৯:১৭.