গীত নং ৭
যিহোৱা! আমাৰ শক্তি
(যিচয়া ১২:২)
১. আ-মি কে-ৱল দু-ৰ্বল মা-টিৰ মা-নুহ,
যি-হো-ৱা তো-মাৰ শ-ক্তি-ৰে পাওঁ বল।
সা-ক্ষী হৈ আ-নক, জ-নাওঁ তো-মাৰ নাম,
শু-নে, নু-শু-নে এ-ৰোঁ তেওঁৰ হা-তত।
(কোৰাচ)
যি-হো-ৱা তু-মি, আ-মাৰ অ-ভি-মান,
জ-নাওঁ ম-হান নাম আ-নক তো-মাৰ।
তু-মি শি-লা, তু-মি যে আ-শ্ৰয়-স্থান,
তো-মাৰ শ-ক্তিক দিওঁ আ-মি যে স-ন্মান।
২. আ-ন্ধা-ৰত আ-ছিল জী-ৱন যে আ-মাৰ;
স-ত্যৰ পো-হৰ দি-লা তু-মি আ-মাক।
আগ-বা-ঢ়োঁ আ-মি শ-ক্তি-ৰে তো-মাৰ;
স-ম-ৰ্থন ৰা-জ্যৰ ক-ৰোঁ যে তো-মাৰ।
(কোৰাচ)
যি-হো-ৱা তু-মি, আ-মাৰ অ-ভি-মান,
জ-নাওঁ ম-হান নাম আ-নক তো-মাৰ।
তু-মি শি-লা, তু-মি যে আ-শ্ৰয়-স্থান,
তো-মাৰ শ-ক্তিক দিওঁ আ-মি যে স-ন্মান।
৩. ই-চ্ছা তো-মাৰ পূ-ৰ্ণ ক-ৰোঁ আ-মি।
চয়-তা-নক ন-ক-ৰোঁ আ-ৰু যে ভয়।
তা-ড়-না বা মৃ-ত্যু য-দিও আ-হে
স-দায় ক-ৰিম জয়-গান আ-মি তো-মাৰ।
(কোৰাচ)
যি-হো-ৱা তু-মি, আ-মাৰ অ-ভি-মান,
জ-নাওঁ ম-হান নাম আ-নক তো-মাৰ।
তু-মি শি-লা, তু-মি যে আ-শ্ৰয়-স্থান,
তো-মাৰ শ-ক্তিক দিওঁ আ-মি যে স-ন্মান।
(২ চমূ. ২২:৩; গীত. ১৮:২; যিচ. ৪৩:১২ পদবোৰ চাওক।)