যিহোৱাৰ বন্ধু হোৱা
এনিমেশ্বন ভিডিঅʼ চাওক বা ডাউনলʼড কৰক, যিয়ে লʼৰা-ছোৱালীক বাইবেলৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা শিকাব পৰা।
পাঠ ১: মা-দেউতাৰ কথা মানি চলা
মা-দেউতাৰ কথা মানি চলাটো কিয় গুৰুত্বপূৰ্ণ? এই ভিডিঅʼখন চাওঁক আৰু ৰিংকুৰ লগত শিকক।
পাঠ ২: যিহোৱাৰ কথা মানি চলা
আপুনি যিকোনো খেলনাৰ লগত খেলাটো উচিত হʼব নে? ভিডিঅʼখন চাওঁক আৰু শিকক যে ৰিংকুৱে কেনেকৈ যিহোৱাৰ বন্ধু হʼল।
পাঠ ৩: যিকোনো সময়ত প্ৰাৰ্থনা কৰা
ডাউনলʼড কৰিব পৰা এই ভিডিঅʼখনে লʼৰা-ছোৱালীক শিকায় যে তেওঁলোকে কʼত আৰু কেতিয়া যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে।
পাঠ ৫: প্ৰচাৰলৈ যাওঁ বʼলা
ৰিংকীয়ে প্ৰচাৰৰ বাবে সাজু আছে নে? ভিডিঅʼখন চাওঁক, আৰু আপুনিও তাইৰ লগত সাজু হওঁক।
পাঠ ৬: প্লীজ আৰু থেঙ্কিউ
ৰিংকুৱে গম পালে যে এই শব্দবোৰ কিমান গুৰুত্বপূৰ্ণ।
পাঠ ৮: পৰিষ্কাৰ আৰু পৰিপাটিকৈ থাকিবা
যিহোৱাই সকলো বস্তু উচিত ঠাইত ৰাখে। আপুনিও কেনেকৈ পৰিষ্কাৰ আৰু পৰিপাটিকৈ থাকিব পাৰিব, এয়া শিকক!
পাঠ ৯: ʼযিহোৱাই সকলোকে স্ৰজিলেʼ
ঈশ্বৰে প্ৰথমতে কি সৃষ্টি কৰিলে, আপুনি জানেনে? যিহোৱাই কেনেকৈ এটা-এটাকৈ বস্তু সৃষ্টি কৰিলে, এয়া ৰিংকুৰ লগত শিকক।
পাঠ ১৫: সভাবোৰত মনোযোগ দিয়ক
সভাবোৰত মনোযোগ দি শুনা আৰু শিকাটো কিয় ইমান গুৰুত্বপূৰ্ণ?
পাঠ ১৬: অন্য ভাষাত প্ৰচাৰ কৰক
আপোনাৰ ভাষা নোকোৱা ব্যক্তিক আপুনি কেনেকৈ প্ৰচাৰ কৰিব পাৰে?
পাঠ ১৭: নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক
ৰিংকু আৰু ৰিংকীয়ে নিজকে সুৰক্ষিত ৰাখিবলৈ কিছুমান ভাল পৰামৰ্শ পায়।
পাঠ ১৯: দানশীল হোৱা
যিহোৱাৰ লোকসকল দানশীল হোৱাৰ পৰা কি লাভ হৈছে?
পাঠ ২৮: অন্যায় হোৱাৰ সত্ত্বেও ধৈৰ্য্য ধৰক
যোচেফৰ উদাহৰণে অন্যায় সহন কৰিবলৈ আমাক কেনেকৈ সহায় কৰিব?
পাঠ ৩২: ভালদৰে প্ৰচাৰ কৰা
প্ৰচাৰ যোৱাৰ আগতে তুমি তিনিটা কাম কৰিব লাগিব।
পাঠ ৩৬: অনুশাসনেই হৈছে প্ৰেম
যিহোৱাই প্ৰেম কৰা লোকসকলক অনুশাসন কৰে। কিয?
পাঠ ৩৭: নিজতকৈ আনৰ বিষয়ে বেছি চিন্তা কৰা
আনক সহায় কৰিবলৈ যীচুৱে বহুতো ত্যাগ কৰিছিল। আপুনি কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰে?
পাঠ ৩৮: সকলোকে প্ৰেম কৰা
ভাল চুবুৰীয়া হʼবলৈ আমি চমৰীয়াৰ পৰা কি শিকোঁ যাতে সকলোকে প্ৰেম কৰিব পাৰোঁ?
পাঠ ৪৩: যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনেনে?
আপুনি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে আৰু তেওঁ আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব।
পাঠ ৪৪: হাৰ নামানিবা
মানুহবিলাকে শুভবাৰ্ত্তা নুশুনিলে আপোনাৰ কেনে অনুভৱ হয়? ৰিংকু আৰু ৰিংকীয়ে কি কৰে তালৈ ধ্যান দিয়ক।
পাঠ ৪৫: নেদেখা ঈশ্বৰক কিয় মানিব লাগে?
আমি ঈশ্বৰক দেখা নাপাওঁ তেনেহʼলে আমি তেওঁক কিয় মানিব লাগে? ৰিংকীয়ে এই প্ৰশ্নৰ উত্তৰ কেনেকৈ দিয়ে, তালৈ মন কৰক।