ইতিহাস আৰু বাইবেল

সংৰক্ষণ, অনুবাদ আৰু বিতৰণ কৰাৰ ক্ষেত্ৰত বাইবেল হৈছে এক অতুলনীয় ধৰ্ম্মশাস্ত্ৰ। আধুনিক আৱিষ্কাৰে প্ৰমাণ কৰে যে ই ঐতিহাসিকভাৱেও সঠিক। আপোনাৰ পৃষ্ঠভূমি যিয়েই নহওঁক কিয়, বাইবেলখন পঢ়াৰ যোগেদি আপুনি জানিব পাৰিব যে ই আন শাস্ত্ৰকৈ একেবাৰে বেলেগ।

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

বাইবেলত যীচুৰ বিষয়ে সঠিক বৃত্তান্ত লিপিবদ্ধ আছেনে?

শুভবাৰ্ত্তা কিতাপৰ বৃত্তান্ত আৰু আটাইতকৈ পুৰণি হস্তলিপিৰ সত্যতা বিবেচনা কৰক।

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

বাইবেলত যীচুৰ বিষয়ে সঠিক বৃত্তান্ত লিপিবদ্ধ আছেনে?

শুভবাৰ্ত্তা কিতাপৰ বৃত্তান্ত আৰু আটাইতকৈ পুৰণি হস্তলিপিৰ সত্যতা বিবেচনা কৰক।

Publications

বাইবেল—ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে

বাইবেলত কি প্ৰাথমিক খবৰ পোৱা যায়?